Save River, Save Woman

নদী বচাওঁক, নাৰী বচাওঁক

Save River

Rivers of Life

When rivers run free, humanity breathes; when they dry, our dreams wither.

Strength of Women

Every woman is a flowing river: giving life, carrying strength, shaping destiny.

Rising Hope

Guard rivers, honor women; together they carry the bright promise of tomorrow.

Sacred Harmony

Rivers and women are twin lifelines: both eternal, both to be deeply cherished.

কবিতা

নদী আৰু নাৰী

কবি: ৰুনাল্ডো টাইদ

নাৰী

আকাশতকৈও ওখ নাৰী
সৰগৰ দৰে সুখী নাৰী
আকাশৰ পৰা মাটিলৈ
নদীৰ জখলাইদি নামি আহে নাৰী
নাৰী ধুনীয়া ফুল হৈ ফুলি থাকক
নাৰীৰ হাতত ধৰি আগুৱাই আহক
পৃথিৱীৰ সকলো পুৰুষ।
নীল নদীৰ দৰে ধুনীয়া হওক নাৰী
পৃথিৱীৰ সকলো মন্দিৰ মছজিদ গীৰ্জাত
প্রাথনাৰ প্রিয় বিষয় হওক নাৰী

About us

Save River, Save Women.

Guard rivers, honor women; together they carry the bright promise of tomorrow.

নদী আৰু নাৰী'ৰ উদেশ্য:

যুগ যুগ ধৰি নাৰীৰ ওপৰত যি অত্যাচাৰ- অবিচাৰ,ধৰ্ষণ হৈ আছে, তাৰ বিৰুদ্ধে শব্দ আৰু ৰং তুলিকাৰে জেহাদ ঘোষণা কৰা।

জন্ম:

২০১৮ চনৰ ৭ জানুৱাৰীত গোলাঘাট জিলাৰ আয়ুসৰেখা ধনশিৰী নদীৰ বক্ষত শদিয়াৰ পৰা ধুবুৰীলৈ, লখিমপুৰৰ পৰা কাৰ্বি আংলংলৈ তথা বহিঃ ৰাজ্যৰ কবি আহি এক ব্যতিক্ৰমী কবিতাৰ অনুষ্ঠান :'নদী আৰু নাৰী'( River and Women )ৰ জন্ম দিছিল।

Book

Our Latest Book

লখাইতৰা

Events

All Events

নদী আৰু নাৰী — জীৱনৰ দুটা অমৰ শক্তি। নদী যেন জীৱন দানকাৰী, যি পথ প্ৰদৰ্শন কৰে আৰু আগুৱাই নিয়েং। নাৰীৰো একেবাৰে নদীৰ দৰে, মৰম, শক্তি আৰু সাহসৰ প্ৰতীক। এই অনুষ্ঠানত নদী আৰু নাৰীৰ মাজৰ গভীৰ সংযোগ উদযাপন কৰা হ'ব, দুয়োৰে সৌন্দৰ্য্য আৰু শক্তি চিনাক্ত কৰা হ'ব, আৰু এক সুস্থ, জীৱন্ত আৰু সম্পৰ্কে ভৰা সমাজৰ বাবে আগুৱাই যোৱা হ'ব।

কেন্দ্ৰীয় অধিবেশন

নদী আৰু নাৰীৰ কেন্দ্ৰীয় অধিবেশনত মহিলাৰ শক্তি আৰু নদীৰ জীৱনদানী ভূমিকাৰ গুৰুত্ব প্ৰকাশ কৰা হৈছে।

কবি সন্মিলন

নদী আৰু নাৰী’ৰ কবি সন্মিলনত সকলোকে জীৱন, সংস্কৃতি আৰু প্ৰকৃতিৰ সংযোগৰ গুৰুত্ব আলোচনা কৰিবলৈ আহ্বান জনোৱা হৈছে।

কবিতা মহোৎসৱ

এই অনুষ্ঠানত নদী আৰু নাৰীৰ মাজৰ গভীৰ সংযোগ আৰু সৃষ্টিশীলতা উদযাপন কৰা হ'ব।

সমাজসেৱা

দুয়োৰে সৌন্দৰ্য্য, শক্তি আৰু প্ৰভাৱ চিনাক্ত কৰি এক সুস্থ, জীৱন্ত আৰু সম্পৰ্কে ভৰা সমাজৰ বাবে আগুৱাই যোৱা হ'ব।

Members

Our Advisory Community

ৰুনাল্ডো টাইদ, প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী।

মধুমিতা শৰ্মা, কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদিকা।নদী আৰু নাৰী

উৎপল দলে, মুখ্য উপদেষ্টা, নদী আৰু নাৰী

ড: বলেন্দ্ৰ কুমাৰ দাস, উপদেষ্টা, নদী আৰু নাৰী

latest blogs

Nodi Aru Naari